সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জোৰা দিয়াৰ কাম
উদাহরণ : সোণাৰীয়ে গহনাবোৰত হীৰা খটাইছে
সমার্থক : খটোৱা
অর্থ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
উদাহরণ : মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
সমার্থক : জোৰা লগোৱা
ইনস্টল