সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
উদাহরণ : শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
সমার্থক : জীৱন কথা, জীৱন-চৰিত, জীৱনী
অর্থ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
উদাহরণ : তেওঁ নিজৰ জীৱনী লিখি আছে
সমার্থক : জীৱন কথা, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী
ইনস্টল