অর্থ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
উদাহরণ :
দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
সমার্থক : পূৰণ
অর্থ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
উদাহরণ :
তেওঁ ধনুত গুণ লগাই আছে
সমার্থক : গুণা
অর্থ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
উদাহরণ :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
সমার্থক : লক্ষণ