অর্থ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ
উদাহরণ :
আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ
সমার্থক : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ
অর্থ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে
উদাহরণ :
অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়
সমার্থক : জীৱৰ একক
অর্থ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ
উদাহরণ :
মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়