অর্থ : কানাডাৰ নিবাসী
উদাহরণ :
সেই কেনেডিয়ান জনৰ লগত আমাৰ গভীৰ বন্ধুত্ব আছে
সমার্থক : কানাডা বাসী, কানাডা-বাসী, কানাডাবাসী
অর্থ : কানাডাৰ বা কানাডা সম্বন্ধী
উদাহরণ :
কাইলৈ পূজাৰ কেনেডিয়ান দূতাবাসলৈ যাব লগীয়া আছে