সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জাৰৰ দিনত গোট মাৰি যোৱা আৰু ধৰালৈ লাহে লাহে নামি অহা বায়ুত থকা অতি সূক্ষ্ম জলকণা
উদাহরণ : জাৰৰ দিনত চাৰিওফালে ডাঠ কুঁৱলী পৰি যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মায়
সমার্থক : কুঁৱলী, কুহেলিকা
অর্থ : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়
উদাহরণ : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে
সমার্থক : কুঁৱলি, কুঁৱলী, কুহেলিকা, তুহিন, হিম
ইনস্টল