সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নলীজাতীয় মোটা তৰপ যাৰ মাজত গুলী, খাৰ-বাৰুদ আদি ভৰোৱা থাকে
উদাহরণ : চিপাহীয়ে গুলীচালনা কৰাৰ আগতে ৰাইফলত কার্টিজ ভৰাইছে
সমার্থক : কার্টিচ, কার্টুজ
অর্থ : বন্দুক চলাবৰ কাৰণে তাত ভৰাই লোৱা কাঁচ, বাৰুদ আদিৰে প্রস্তুত কৰা সৰু গোটা অংশ বিশেষ
উদাহরণ : তেওঁ ্ চৰাই মাৰিবৰ কাৰণে বন্দুকত গুলি ভৰালে
সমার্থক : গুলি, বুলেট
ইনস্টল