সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শোভিত হোৱা অৱস্থা বা ভাব
উদাহরণ : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
সমার্থক : সৌন্দর্য, ্শোভা, ৰমণীয়তা
অর্থ : এক ধৰণৰ প্রকাশ বা পোহৰ
উদাহরণ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
সমার্থক : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
অর্থ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
উদাহরণ : তেওঁৰ ্ কান্তি নিৰুপম
সমার্থক : সৌন্দর্য, ৰূপ
অর্থ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
উদাহরণ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
সমার্থক : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ইনস্টল