অর্থ : কর্মকেই প্রাধান্যতা দিওতা ব্যক্তি
উদাহরণ :
কর্ম্্বাদীয়ে ভাগ্যৰ ওপৰত ভৰসা নকৰি কর্মৰ ওপৰতহে আস্থা ৰাখে
অর্থ : যিয়ে কেৱল কর্মক ্প্রাধান্য দিয়ে
উদাহরণ :
কর্ম্্বাদী ব্যক্তিয়ে ভাগ্যৰ ওপৰত বিশ্বাস নকৰি নিজৰ ্কর্মৰ ওপৰতহে বিশ্বাস কৰে