অর্থ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
উদাহরণ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
সমার্থক : লগোৱা
অর্থ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য
উদাহরণ :
নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে