সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
উদাহরণ : এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
সমার্থক : পৰিমাপ
অর্থ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
উদাহরণ : এই বস্তুটোৰ ওজন কিমান?
সমার্থক : গধুৰতা, ভাৰ, ভৰ
অর্থ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
উদাহরণ : আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
সমার্থক : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ
ইনস্টল