অর্থ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
উদাহরণ :
মাছবোৰ জালৰ পৰা এৰাই গʼল
সমার্থক : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
অর্থ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
উদাহরণ :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
সমার্থক : ছিঙা, ছিন্ন হোৱা