সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰসযুক্ত বা চিপচিপিয়া হোৱা অৱস্থা বা ভাব
উদাহরণ : চেনি পগালে এঠালেটীয়া হয়
সমার্থক : এঠালেটীয়া, জেপেটীয়া
অর্থ : যাৰ আঠা ধৰিব পৰা গুণ আছে বা যʼত আঠা আছে
উদাহরণ : চাউলত পানী বেছি হোৱাৰ কাৰণে ভাতবোৰ এঠা-এঠা হʼল
সমার্থক : কেটেপা-কেটেপ, জেপেটীয়া, লেটকেটীয়া
ইনস্টল