সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
উদাহরণ :
সমার্থক : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
অর্থ : যি ঠাইৰ পৰা কোনো বস্তু আদিৰ ব্যুৎপত্তি বা উদ্ভৱ হৈছে
উদাহরণ : গংগাৰ উৎপত্তি গংগোত্রীৰ পৰা হৈছে
সমার্থক : উদ্গম স্থল, উৎপত্তি স্থল
অর্থ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
উদাহরণ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
সমার্থক : অভ্যুদয়, অৱতাৰ, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, জন্ম
ইনস্টল