অর্থ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ
উদাহরণ :
আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে
অর্থ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম
উদাহরণ :
আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে
সমার্থক : অʼপেনিং, চেচৰ অʼপেনিং