সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা বা বিষয়ৰ বিচাৰ-বিবেচনা তথা সেই সম্পর্কত ্কোনো প্রতিবেদন দিয়াৰ কাৰণে চৰকাৰৰ দ্বাৰা নিযুক্ত ব্যক্তি বা ব্যক্তিৰ সমূহ
উদাহরণ : চতুর্থ শ্রেণীৰ পৰীক্ষা হʼব লাগে নে নালাগে এই সিদ্ধান্ত লোৱাৰ কাৰণে চৰকাৰে এখন আয়োগ গঠন কৰি দিছে
সমার্থক : কমিছন
ইনস্টল