সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
উদাহরণ : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
সমার্থক : নক্সা
অর্থ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
উদাহরণ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
সমার্থক : উদাহৰণ, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
অর্থ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
উদাহরণ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
সমার্থক : নমুনা, মডেল
অর্থ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
উদাহরণ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
সমার্থক : ডিজাইন, নমুনা
ইনস্টল