অর্থ : কাৰোবাৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক বশ ্ কৰা
উদাহরণ :
সন্ত্রাসবাদীয়ে দুজন পর্যটকক বন্দী কৰিলে
সমার্থক : আবদ্ধ কৰি ৰখা, কইদ কৰা, কৰায়ত্ত কৰা, বন্দী কৰা
অর্থ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
উদাহরণ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
সমার্থক : গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা, ৰৈ যোৱা