সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
সমার্থক : আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
অর্থ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
উদাহরণ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
সমার্থক : ধৰণ-কৰণ, ব্যৱহাৰ
অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
ইনস্টল