সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
উদাহরণ : তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
সমার্থক : আগে আগে
অর্থ : নি্র্ধাৰিত সময়তকৈ আগৰ
উদাহরণ : মই তেওঁক ্ আগৰে পৰা জানো
সমার্থক : অতীজৰে পৰা, আগৰে পৰা, ইতিপূর্বে, ইয়াৰ আগতে, পূর্বতঃ, পূর্বে, পূর্ৱতে
অর্থ : পাৰ হৈ যোৱা সময়তে:অতীততে হৈ যোৱা ঘটনা মনত পেলাই তেওঁ কান্দিবলৈ ধৰিলে
উদাহরণ :
সমার্থক : অতীজতে, অতীততে, গত কালৰ, বিগত সময়ৰ
ইনস্টল