সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি শুৱনি নহয়
উদাহরণ : বক্রাচার্যৰ শৰীৰ অশুৱনি
সমার্থক : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৎসিত, কুৰূপ, বিশ্রী
অর্থ : যি সন্মানজনক বা সামাজিকভাৱে স্বীকৃত নহয়
উদাহরণ : আপোনাৰ দৰে ব্যক্তিয়ে অশোভনীয় ভাষা প্রয়োগ কৰা উচিত নহয়
ইনস্টল