অর্থ : কাৰোবাৰ পিছত যোৱা কার্য
উদাহরণ :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
সমার্থক : অনুগমন কৰা, পিছত যোৱা
অর্থ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
উদাহরণ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
সমার্থক : অনুকৰণ কৰা, নকল কৰা