সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আৱশ্যক নোহোৱা অৱস্থা বা ভাব
উদাহরণ : কোনো বস্তুৰ আৱশ্যকতা আৰু অনাৱশ্যকতা তাৰ উপযোগিতাৰ ওপৰত নি্র্ভৰ কৰে
সমার্থক : অনাৱশ্যকতা, উপযোগহীনতা, নিৰ্্র্থ্্কতা
অর্থ : অযোগ্য হোৱা অৱস্থা বা ভাব
উদাহরণ : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
সমার্থক : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
ইনস্টল