সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
উদাহরণ : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
সমার্থক : অনভিলাষ, অনিচ্ছা, অপ্রীতি, অৰুচি
অর্থ : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
উদাহরণ : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
সমার্থক : অনাকাংক্ষা, অনিচ্ছা, অস্পৃহা, ইচ্ছাহীনতা
ইনস্টল