সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঠাইত থকা বা বসতি কৰা লোক
উদাহরণ : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
সমার্থক : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
অর্থ : ইউৰোপৰ এখন দেশ
উদাহরণ : হিটলাৰ জার্মানীৰ অধিবাসী আছিল
অর্থ : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি
উদাহরণ : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল
অর্থ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
উদাহরণ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
সমার্থক : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
ইনস্টল