সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
উদাহরণ : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
সমার্থক : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
অর্থ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
উদাহরণ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
সমার্থক : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
অর্থ : যাৰ ৰজ প্রবাহিত হৈ আছে
উদাহরণ : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
সমার্থক : ঋতুমতী, ৰজৱতী
ইনস্টল