অর্থ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
উদাহরণ :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
অর্থ : স্থিত কৰা
উদাহরণ :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
অর্থ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
উদাহরণ :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
সমার্থক : সমর্পিত কৰা
অর্থ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
উদাহরণ :
সমার্থক : ৰৈ থকা
অর্থ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
উদাহরণ :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
অর্থ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
উদাহরণ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
সমার্থক : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
অর্থ : প্রস্তুত কৰা
উদাহরণ :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
অর্থ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
উদাহরণ :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে