অর্থ : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
উদাহরণ :
হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
সমার্থক : হিন্দী ভাষা
অর্থ : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
উদাহরণ :
মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
অর্থ : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ