সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সুন্দৰ হোৱা অৱস্থা বা ভাব
উদাহরণ : কাশ্মীৰৰ সৌন্দর্য ্চালে চাই থাকিবৰ মন যায়
সমার্থক : কমনীয়তা, সুন্দৰতা, ৰমণীয়তা
অর্থ : শোভিত হোৱা অৱস্থা বা ভাব
উদাহরণ : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
সমার্থক : কান্তি, ্শোভা, ৰমণীয়তা
অর্থ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
উদাহরণ : তেওঁৰ ্ কান্তি নিৰুপম
সমার্থক : কান্তি, ৰূপ
ইনস্টল