সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সীমা ৰক্ষা কৰা চিপাহী
উদাহরণ : সীমাৰক্ষকে নিজৰ জীৱনৰ চিন্তা নকৰাকৈয়ে সীমান্তত পহৰা দি থাকে
সমার্থক : সীমাবল, সীমাৰক্ষক
অর্থ : যি সীমা ৰক্ষা কৰে
উদাহরণ : সীমা ৰক্ষক জোৱান দেশৰ প্রকৃত সন্তান
সমার্থক : সীমাপাল, সীমাবল
ইনস্টল