অর্থ : সজ্জন হোৱা ভাব
উদাহরণ :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
সমার্থক : ঋজুতা, ভদ্রতা, সজ্জনতা, সৌহার্দ্যতা
অর্থ : যি ব্যৱহাৰত ভাল ভাব থাকে
উদাহরণ :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
সমার্থক : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ