অর্থ : ভাল চৰিত্রৰ
উদাহরণ :
সৎচৰিত্রতাই মানুহক মহান কৰে
সমার্থক : সদাচাৰিতা, সদ্চৰিত্রতা, সৎচৰিত্রতা
অর্থ : যি ব্যৱহাৰত ভাল ভাব থাকে
উদাহরণ :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
সমার্থক : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ