সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
উদাহরণ : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
সমার্থক : বৌদ্ধ মঠ, সংঘ
অর্থ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
উদাহরণ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
সমার্থক : দল, পার্টী, মণ্ডলী, সংঘ
অর্থ : প্রাচীন বৌদ্ধ ভীক্ষুসকলৰ ধার্মিক সমাজ
উদাহরণ : নি্র্বাণ লাভৰ কাৰণে বৌদ্ধ ভীক্ষুসকলে সংঘত শৰণ লয়
সমার্থক : সংঘ
ইনস্টল