সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি
উদাহরণ : কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে
সমার্থক : সংকেত
অর্থ : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা
উদাহরণ : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে
সমার্থক : অংগি-ভংগি, অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সংকেত
ইনস্টল