সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
উদাহরণ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
সমার্থক : জগত, দুনীয়া, বিশ্ব
অর্থ : পৃথিৱীত থকা লোক
উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
সমার্থক : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, ৰাইজ
অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
সমার্থক : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সৃষ্টি
ইনস্টল