অর্থ : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী
উদাহরণ :
গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত
সমার্থক : ছিগনেল
অর্থ : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা
উদাহরণ :
এই বার্তাটো সংকেতত আছে
অর্থ : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি
উদাহরণ :
কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে
সমার্থক : সঙ্কেত