সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা আনটোৰ সৈতে সম্বন্ধ থকা কোনো কথা, বস্তু বা ঘটনা আদিৰ ক্রম অনুসৰি হোৱা বহু ধৰণৰ কথা
উদাহরণ : খেলৰ শৃংখলা আজিৰ পৰা আৰম্ভ হʼব
সমার্থক : চিৰিজ
অর্থ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
উদাহরণ : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
সমার্থক : লাইন, লান, লানি, লালী, শাৰী
ইনস্টল