সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
উদাহরণ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
সমার্থক : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
অর্থ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
উদাহরণ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
সমার্থক : ভাড়া, ভাৰা, মাচুল
অর্থ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
উদাহরণ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
সমার্থক : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
অর্থ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
উদাহরণ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
সমার্থক : ফিজ, মাচুল
ইনস্টল