অর্থ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে
উদাহরণ :
পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়
সমার্থক : শুক্রাণু
অর্থ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়
উদাহরণ :
তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে
সমার্থক : বী্র্য
অর্থ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ
উদাহরণ :
বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে
সমার্থক : শুকুৰ, শুক্র-গ্রহ