সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
উদাহরণ :
সমার্থক : জাৰ, ঠাণ্ডা, শৈত্য
অর্থ : ঠাণ্ডা বতৰ
উদাহরণ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
সমার্থক : জাৰ, জাৰকালি, শীতকাল
ইনস্টল