সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এজন দেৱতা
উদাহরণ : মোহনে নিয়মিতভাৱে শনিৰ পূজা কৰে
সমার্থক : শনিদেৱ
অর্থ : সৌৰজগতৰ সপ্তম গ্রহ
উদাহরণ : শনি পৃথিৱীৰ আটাইতকৈ দূৰত অৱস্থিত গ্রহ
সমার্থক : শনি-গ্রহ
অর্থ : শুক্রবাৰৰ পিছৰ আৰু দেওবাৰৰ আগৰ দিনটো
উদাহরণ : তেওঁ ্ অহা শনিবাৰে আহিব প্রত্যেক শনিবাৰে মোৰ ছুটি থাকে
সমার্থক : শনিবাৰ
ইনস্টল