সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঘেঁহুৰ নিচিনা এবিধ শস্য যাৰ গুড়িৰ পৰা অধিক চোকোৰা ওলায়
উদাহরণ : সীতাই ভিজাই থোৱা যৱ আৰু বুটখিনি পিচি আছে
সমার্থক : বার্লি, যৱ
অর্থ : ঘেঁহুৰ নিচিনা এবিধ গছ যাৰ বীজৰ পৰা আটা প্রস্তুত কৰা হয়
উদাহরণ : শ্যামুৱে পথাৰত যৱধান সিঁচি আছে
সমার্থক : যৱ, যৱধানৰ গছ
ইনস্টল