সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কাৰোবাক হত্যা কৰিছে
উদাহরণ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
সমার্থক : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
অর্থ : মাৰি পেলাব পৰা
উদাহরণ : তেওঁ ্মাৰণ অস্ত্রৰে বাঘটোক প্রহাৰ কৰিলে
সমার্থক : মাৰণ
অর্থ : প্রৱল বিষৰ বেগ আদিক মষিমূৰ কৰি তাক নাশ কৰোতা
উদাহরণ : তেওঁৰ ্মাৰকস মন্ত্রই গুপ্তাদেৱক মৃত্যৰ মুখৰ পৰা বচালে
অর্থ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
উদাহরণ : এই বিহখিনি মাৰক ঔষধ
সমার্থক : ঘাতক
ইনস্টল