সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
উদাহরণ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
সমার্থক : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
ইনস্টল