সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ভয়েৰে ভৰি আছে
উদাহরণ : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
সমার্থক : ভীতিজনক, ভয়ংকৰ, ভয়ানক, ভয়াবহ, শংকাজনক
অর্থ : প্রয়োজনতকৈ অধিক
উদাহরণ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
সমার্থক : অত্যধিক, ভয়ংকৰ, ভয়ানক
অর্থ : যি অন্তৰ বিদাৰণ কৰে
উদাহরণ : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
সমার্থক : ঘোৰ, দাৰুণ, ভয়ঙ্কৰ
অর্থ : বহুত গভীৰ পৰিণতিযুক্ত
উদাহরণ : হত্যা এক ঘোৰ অপৰাধ
সমার্থক : ঘোৰ, ডাঙৰ, ভয়ংকৰ
ইনস্টল