অর্থ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
উদাহরণ :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
সমার্থক : ভাৰা
অর্থ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
উদাহরণ :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
সমার্থক : পৰিবহন ভাৰা, ভাৰা