সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰজাৰ পত্নী
উদাহরণ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
সমার্থক : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
অর্থ : সম্রাটৰ পত্নী
উদাহরণ : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল
সমার্থক : চুলতানা, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী
অর্থ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
উদাহরণ :
সমার্থক : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
ইনস্টল