সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কম উচ্চতাৰ বা চুটি-চাপৰ মানুহ
উদাহরণ : চার্কাচত বাওনাৰ খেল দেখি লʼৰা-ছোৱালীবোৰ আনন্দত মতলীয়া হৈ পৰিল
সমার্থক : কটিয়া, বাওনা
অর্থ : সৰু আকাৰ বা অবয়ৱযুক্ত
উদাহরণ : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
সমার্থক : বাওনা, সৰু
ইনস্টল