সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
উদাহরণ : ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
অর্থ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
উদাহরণ : পিয়নজনে ফাইলটো লৈ গৈছে
সমার্থক : নথি
ইনস্টল