সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
উদাহরণ : নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
অর্থ : যʼত ফল লাগি আছে
উদাহরণ : খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
অর্থ : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
উদাহরণ : ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
সমার্থক : ফলদায়ী
ইনস্টল